Rupaliparda.com

Author - admin

Sri Raghupati

“শ্ৰী ৰঘুপতি” ৰ ১০ কোটি আৰু … –উৎপল মেনা

২৬ জুনৰ এটা ভাল খবৰ। অসমীয়া চিনেমাৰ। ২১ দিনত ১০ কোটি টকা box office collection এখন অসমীয়া চিনেমাৰ। শুব্ৰত কাকতিৰ পৰিচালনাৰে নিৰ্মিত “শ্ৰী ৰঘুপতি” ৰ এই বাণিজ্যিক সফলতাই যে অসমীয়া চিনেমা নিৰ্মাণৰ বাবে আগবাঢ়ি...

wide angle

Wide angle: এখন নতুন অসমীয়া চিনেমা –উৎপল মেনা

জয়ন্ত নাথ– সংগীতৰ মানুহ। কণ্ঠশিল্পী, সংগীত পৰিচালক, গীতিকাৰ। ধ্ৰুৱতৰা ,অগ্নিগড়, প্ৰতিদান, বৰদৈচিলা, যখিনী, ৰিস্কাৱালা, উৰ্বশী আদি চিনেমাৰ বাবে গীত গাইছে। ৰিস্কাৱালা, হৃদয় কঁপোৱা গান আদি চিনেমাৰ সংগীত পৰিচালনা...

হেম চন্দ্ৰ বৰা

হেম চন্দ্ৰ বৰাৰ নতুন চিনেমা: “সংকল্প”ৰ পাছত “এয়েতো জীৱন” –উৎপল মেনা

“সংকল্প” –এখন অসমীয়া চিনেমা।“শিল্পীৰ পৃথিৱী” –এখন অসমীয়া আলোচনী।দুটা মাধ্যমৰ, এই দুটা “কাম”ৰ বাবে জানিছিলোঁ হেম চন্দ্ৰ বৰাক। দুটা পৰিপাটি কাম, মন চুই যোৱা কাম। হেম চন্দ্ৰ...

বাহাৰুল ইছলাম

।।বাহাৰুল ইছলাম: বিশাল ভৰদ্বাজৰ চিনেকৰ্মত।।– উৎপল মেনা

বাহাৰুল ইছলাম –চিনেমাৰ সাধাৰণ অভিনেতা! তেতিয়া, “সূৰুয” (১৯৮৫), “পিতাপুত্ৰ” (১৯৮৮) চিত্ৰগৃহলৈ অহা সময়ত।(তেতিয়াও কিন্তু অসাধাৰণ নাট্যকৰ্মী। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছাত্ৰ, ১৯৮৭-১৯৯০ চনৰ...

চং

চং : ৰূপালী পৰ্দাত ঢুলীয়া সংস্কৃতি — উৎপল মেনা

“চং” –চিত্ৰগ্ৰহণ সম্পূৰ্ণ হোৱা এখন অসমীয়া চিনেমা। ধীৰাজ কাশ্যপৰ পৰিচালনা। 📌ধীৰাজ কাশ্যপৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া চিনেমা: মোহমুক্তি, ধনকুবেৰৰ ধন, লোকবন্ধু, ব্ৰহ্মকন্যা। পৰিচালক গৰাকীৰ পৰিচালনা...

Your Header Sidebar area is currently empty. Hurry up and add some widgets.