Rupaliparda.com
এটা সুহুঁৰিৰে শ্ৰোতাৰ হৃদয় জিনা "জে পি দাস"- 1

এটা সুহুঁৰিৰে শ্ৰোতাৰ হৃদয় জিনা “জে পি দাস”-

অসমৰ এজন প্ৰতিষ্ঠিত কন্ঠশিল্পী হৈছে জ্যোতি প্ৰকাশ দাস ওৰফে জে পি দাস। তেওঁৰ এটা সুহুৰি আৰু কেইটিমান গীতে বৰ্তমানেও শ্ৰোতাক আকৰ্ষিত কৰি ৰাখিছে। ১৯৪৭ চনত জন্মগ্ৰহণ কৰা এইগৰাকী কন্ঠশিল্পীয়ে ১৯৬৯ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠান কাৰ্যবাহী হিচাপে যোগদান কৰিছিল।

এটা সুহুঁৰিৰে শ্ৰোতাৰ হৃদয় জিনা "জে পি দাস"- 2


১৯৯০ চনৰ “পাহাৰী কন্যা” ৰ লগতে “প্ৰভাতী পখীৰ গান” আৰু “শেষ উপহাৰ” ত জ্যোতিপ্ৰকাশ দাসে সংগীত পৰিচালনা কৰে। তেওঁ কন্ঠদান কৰা জনপ্ৰিয় গীত কেইটা হৈছে ক্ৰমেঃ
১. মোৰ মিনতি তৰা হয় যদি
২. সন্ধিয়াৰ আকাশত
৩. ওৰে ৰাতি আন্ধাৰত
৪. পৰিচয়বিহীন

এটা সুহুঁৰিৰে শ্ৰোতাৰ হৃদয় জিনা "জে পি দাস"- 3


২০০৮ চনত জে পি দাসে গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ পৰাই সহকাৰী কেন্দ্ৰ সঞ্চালকৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.