Rupaliparda.com
ফাগুনৰ এক তাৰিখেই জুবিনৰ "ফাগুন"- 1

ফাগুনৰ এক তাৰিখেই জুবিনৰ “ফাগুন”-

শশাংক সমীৰ আৰু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ যুঁটিটোৰ কথা সকলোৱে শুনিছে। আছলতে, জুবিন গাৰ্গৰ প্ৰায়বোৰ গীতৰ আঁৰৰ ব্যক্তি গৰাকীয়ে হৈছে শশাংক সমীৰ। তেওঁৰ শব্দৰেই জীপাল হয় জুবিনৰ গীতবোৰ। এনে পৰিপ্ৰেক্ষিততে, আকৌ এবাৰ শশাংক সমীৰৰ কথাৰে তথা জুবিনৰ কন্ঠৰে শ্ৰোতাৰ মাজলৈ আহি আছে এটা নতুন গীত। “ফাগুন” শীৰ্ষক এই গীতটিৰ এক পোষ্টাৰ নিজ ইনষ্টাগ্ৰাম একাউন্টত আপলোড কৰে শশাংক সমীৰে।

ফাগুনৰ এক তাৰিখেই জুবিনৰ "ফাগুন"- 2
ফাগুনৰ এক তাৰিখেই জুবিনৰ "ফাগুন"- 3


আজি ফাগুনৰ ১ তাৰিখ; সমষ্ট ফাগুন মাহটোতেই এক প্ৰেম প্ৰেম লগা অনুভূতিয়ে জীপাল কৰি ৰাখে সাধাৰণজনক। তেনে সময়তে, জুবিনৰ কন্ঠৰে এটা নতুন প্ৰেমৰ গীতে শ্ৰোতাক উৎসাহিত নকৰাকৈ থকা নাই। গীতটিত সুৰ আৰু সংগীত দিছে জয়ন্ত কাকতিয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.