Rupaliparda.com
এইবাৰ "ৰেৱতী" ৰ সৈতে আহিব দীক্ষুঃ 1

এইবাৰ “ৰেৱতী” ৰ সৈতে আহিব দীক্ষুঃ

অসমৰ গায়ক-গায়িকাৰ তালিকাখনত থকা এটা উল্লেখনীয় নাম হৈছে দীক্ষু শৰ্মাৰ। গীতসমূহক ব্যতিক্ৰমী ৰূপত প্ৰস্তুত কৰি ৰাইজৰ মাজত উলিয়াই দিয়া এই গায়ক গৰাকীৰ প্ৰায় প্ৰত্যেকটো গীতেই চুপাৰ হিট। তেওঁৰ সংগীতকে ধৰি তেওঁৰ পিন্ধন তথা তেওঁৰ ষ্টাইলৰ অনুৰাগীও অত্যাধিক লোক।

View this post on Instagram

Reboti Shooting time!! Video coming soon..

A post shared by Dikshu Sarma (@dikshu_sarma) on

এইবাৰ "ৰেৱতী" ৰ সৈতে আহিব দীক্ষুঃ 2


“পাৰিজাত”, জিয়া লে লিয়া” ৰ পিছত এইবাৰ কন্ঠশিল্পী গৰাকীৰ কন্ঠৰে মুক্তি লাভ কৰিব বিহু গীত “ৰেৱতী”য়ে। ইতিমধ্যে গীতটিৰ শ্বুটিং আৰম্ভ কৰা হৈছে; যাৰ আখৰাৰ কিছু ভিডিঅ’ ইনষ্টাগ্ৰাম যোগে আপলোড কৰিছে কন্ঠশিল্পী দীক্ষুয়ে। উল্লেখ্য যে, বিহু গীতটিত দীক্ষুৰ লগতে অভিনয় কৰিছে ৰিম্পী দাসে। “ৰেৱতী” লিখিছে সুনীত গগৈয়ে সংগীত দিছে দীক্ষুয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.