Rupaliparda.com
মহেন্দ্ৰ সিং ধোনীৰ অৱসৰঃ মৰ্মাহত মনোৰঞ্জন ক্ষেত্ৰ- 1

মহেন্দ্ৰ সিং ধোনীৰ অৱসৰঃ মৰ্মাহত মনোৰঞ্জন ক্ষেত্ৰ-

মহেন্দ্ৰ সিং ধোনীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱা খবৰটোক লৈ আৱেগিক হৈ পৰিছে বৰ্তমান সকলোবোৰ ক্ষেত্ৰ। তেওঁ অৱসৰ লোৱা কথাটোক লৈ প্ৰত্যেকেই একোটা মেছেজ যোগে তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিছে। আচলতে, সঁচা কথা ক’বলৈ গ’লে মহেন্দ্ৰ সিং ধোনী প্ৰতিজন জনসাধাৰণৰ বাবে এক আৱেগ সদৃশ হৈ পৰিছিল; যাৰ ফলত ৰাজনৈতিক জগতৰ পৰা আৰম্ভ কৰি উঠি অহা প্ৰজন্মৰ প্ৰত্যেকেই তেওঁক লৈ বিভিন্ন পোষ্ট শ্বেয়াৰ কৰিছে।

মহেন্দ্ৰ সিং ধোনীৰ অৱসৰঃ মৰ্মাহত মনোৰঞ্জন ক্ষেত্ৰ- 2

ক্ৰিকেট ফিল্ডত “ৰ’হ, এতিয়াও ধোনী আছে” বুলি ক’বলৈ নোৱাৰিব বুলিয়ে এতিয়া বিভিন্ন জনে নিজৰ শোক ব্যক্ত কৰিছে। মনোৰঞ্জন ক্ষেত্ৰখনত ধোনীক উদ্দেশ্যি বিভিন্ন জনে কৰা পোষ্ট সমূহ চাওঁচোন আহকঃ

https://www.instagram.com/p/CD6sB_5lXDu/?utm_source=ig_web_copy_link
https://twitter.com/RandeepHooda/status/1294660306606542851?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1294660306606542851%7Ctwgr%5E&ref_url=https%3A%2F%2Fd-26237503542396433076.ampproject.net%2F2007302351001%2Fframe.html

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.