Rupaliparda.com
Panipat

এইবাৰ পানীপথৰ যুদ্ধঃ

সম্প্ৰতি বলিউডত বুৰঞ্জীমূলক ছবিয়ে এক প্ৰভাৱ বিস্তাৰ কৰিছে। এনে ছবি নিৰ্মাণত দখল থকা আশুতোষ গোৱাৰিকাৰে নিৰ্মাণ কৰিছে “পানীপথ”। ১৭৬১ চনত হোৱা পানীপথৰ তৃতীয়খন যুদ্ধৰ বৰ্ণনা কৰিয়ে নিৰ্মাণ কৰা হৈছে উক্ত বোলছবিখন। মাৰাঠা বীৰ পেশ্বৱা বাজীৰাও আৰু সদাশিৱ ৰাও ভাওৰ কাহিনীক কেন্দ্ৰ কৰিয়েই নিৰ্মিত এই ছবিখন মুক্তি পাব চলিত বৰ্ষৰ শেষৰ পিনে। ছবিখনত অভিনয় কৰিছে সঞ্জয় দত্ত, অৰ্জুন কাপুৰ, কৃতি চেনন, পদ্মিনী কোলহাপুৰী, মহনীশ বেহল আদিয়ে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.