Rupaliparda.com
Laxmi Bomb Bollywood Movie

“আখ মে চুৰমা” লৈ এইবাৰ অক্ষয়ঃ

নিতৌ নিজ ছবিত বিভিন্নতা প্ৰৰ্দশন কৰা অক্ষয় কুমাৰক এইবাৰো দেখা যাব এক ব্যতিক্ৰমী ৰূপত। “লক্ষ্মী ব’ম্ব” নামৰ ছবি খনৰ যোগেদি প্ৰকাশ পাব অক্ষয় কুমাৰৰ এই অন্য ৰূপ। অমিতাভ বচ্চন,তুষাৰ কাপুৰ,কিয়াৰা আদৱানি, আৰ মাধৱানৰ স’তে কৰা এই বোলছবিখন হ’ব ভূত আৰু কমেডিৰ সংমিশ্ৰণ। তামিল ছবি “মুনি-২ কাঞ্চনা” ৰ হিন্দী ৰিমেক এই ছবি খন পৰিচালনা কৰিছে ৰাঘৱ ল’ৰেঞ্চে। পৰিচালকৰ মত নোলোৱাকৈ উক্ত বোলছবি খনৰ “ফাৰ্ষ্ট লুক পষ্টাৰ” বাহিৰ হোৱাত ল’ৰেঞ্চ ক্ষুণ্ণ হৈ অক্ষয় কুমাৰৰ সৈতে মনোমালিন্যৰ সৃষ্টি হৈছিল যদিও আকৌ অক্ষয়ৰ বুজনি ত তেওঁ ঘূৰি আহে। অহা বছৰ ৫ জুনত অক্ষয় কুমাৰৰ “লক্ষ্মী ব’ম্বে” মুক্তি লাভ কৰিব।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.