অসমীয়া চিনেমাৰ নতুন জাগৰণৰ প্ৰতি লক্ষ্য ৰাখি লগতে অসমীয়া জনসাধাৰণক অসমীয়া চিনেমাৰ প্ৰতি আকৃষ্ট কৰিবলৈ আহি আছে “ৰাইনো এক্সপ্ৰেছ”।
জনসাধাৰণৰ সোৱাদনুযায়ী চিনেমা যোগান ধৰাক লৈ এতিয়া আগবাঢ়িছে “ৰাফ এণ্ড টাফ”, “ধম ধমা ধম” ৰ পৰিচালক মণি সিনহা। “ৰাইনো এক্সপ্ৰেছক” লৈ আশাবাদী পৰিচালক গৰাকীয়ে দৰ্শক আগ্ৰহী কৰাৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰিছে। দৃশ্যগ্ৰহণৰ প্ৰায় শেষ হৈ উঠা ছবিখনৰ সম্প্ৰতি পিছৰ পৰ্যায়ৰ কাম চলি আছে।
একছন লগতে কমেডি সমৃদ্ধ বোলছবিখনত অভিনয় কৰিছে অমৃতা গগৈ,বিবেক বৰা,উদয় দুৱৰা,সিদ্ধাৰ্থ শৰ্মা, জিং বৰুৱা আদিয়ে। বলীউডৰ ছবিৰ নিচিনা দৰ্শকক আকৰ্ষণ কৰিব পৰা শক্তি অসমীয়া ছবিত থাকিলেই ইয়াৰ উন্নতি হ’ব বুলিও উল্লেখ কৰে পৰিচালক সিনহাই। চলিত বৰ্ষৰ শাৰদীয় বতৰত ছবিখনে মুক্তি পোৱাৰ সম্ভাৱনায় আছে।
You may also like
Rhythm and Roots: India International Dance Festival 2026 Concludes in Guwahati, Celebrating India’s Classical Heritage-—Prantik Deka
Following two enchanting evenings that showcased the diversity, discipline and timeless beauty of Indian classical dance, the India International Dance Festival (IIDF) Guwahati 2026 successfully concluded at the...
Assamese YouTuber Bhukhan Pathak Steps Up for Assam Flood Victims, Distributes Relief Worth ₹3 Lakh in First Phase-Prantik Deka
Popular Assamese YouTuber and social media influencer Bhukhan Pathak has once again stepped forward to support flood-affected families in Assam, extending financial and humanitarian assistance to people struggling with...
Zubeen Khetra Opens in Rajgarh with Multi-Faith Blessings—Prantik Deka
The newly opened Zubeen Khetra memorial space beneath the old Abhinaya building in Rajgarh, Guwahati, stands as a secular, open sanctuary. Free from religious barriers, it honours Zubeen Garg’s life by welcoming people...
হোমৱ’ৰ্ক | চিনেচৰ্চা | –উৎপল মেনা
“নেদেখা ভবিষ্যতৰ পাছত দৌৰি বৰ্তমানৰ সুন্দৰ সময়খিনি নষ্ট কৰিব নালাগে।”–চুই যোৱা সংলাপ। চিনে-সৌন্দৰ্যলৈ ৰূপান্তৰ হোৱা সাহিত্যৰ ভাষা। সংলাপ প্ৰক্ষেপন, চেহেৰাৰ ভাষা, কেমেৰাৰ ভাষাৰে পৰিচালকে নিৰ্মাণ...
আকাশ হেনো নদীৰ নাম | চিনেচৰ্চা | –উৎপল মেনা
এখন গাঁও, নে চহৰ—নদীৰ পাৰঘেঁষা এক ভূগোল। পৰম্পৰা, আচাৰ-ব্যৱহাৰ আৰু সাংস্কৃতিক শৃংখলাক সন্মান জনাই অহা এই সমাজ-বাস্তৱতাতেই এই “ৰূপালী গল্প”ৰ জগত নিৰ্মিত। নাম: আকাশ হেনো নদীৰ নাম। গাঁও বা চহৰ খনত মানুহে কেৱল বাস নকৰে...
তাই হেনো পাটমাদৈ | নাট্যচৰ্চা
আজি ৯ আগষ্টত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীশ্রীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত মঞ্চস্থ হয় অসমৰ অন্যতম অভিনয় শিক্ষা প্রতিষ্ঠান নর্থ ইষ্ট থিয়েটাৰ একাডেমী (নেটা) -ৰ প্ৰযোজনা “তাই হেনো পাটমাদৈ”।...







Add comment