Rupaliparda.com
Karan Johar Tweet

এইবাৰ কৰণৰ “হ’ৰৰ”

এখনৰ পিছত সিখনকৈ বছৰি ৰোমাণ্টিক চিনেমা উপহাৰ দিয়া কৰণ জহৰে এতিয়া নিৰ্মাণ কৰিব ভূতৰ চিনেমা। যোৱা শুকুৰবাৰে এই কথা প্ৰকাশ কৰে পৰিচালক গৰাকীয়ে। চলিত বৰ্ষৰে নৱেম্বৰ ১৫ তাৰিখ লৈ ধৰ্মা প্ৰডাকছনে চিনেমাখন মুক্তি দিব লগতে চিনেমাখন বিষয়বস্তুক লৈ অহা সোমবাৰেলৈ আৰু অধিক জনাব বুলি টুইট কৰে পৰিচালক কৰণ জহৰে। উল্লেখ্য যে, নেটফ্লিক্সত আহিবলগীয়া এটা ডেটিং শ্ব “ৱাট ডা লভ??” ৰ হ’ষ্ট ৰূপে পোৱা যাব কৰণ জহৰক।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.