Rupaliparda.com
Papon

বিশ্ব দৰবাৰত পাপনঃ

ভাৰতবৰ্ষৰ কাষৰীয়া দেশ বাংলাদেশৰ পৰা আহিছে এক সু-সংবাদ। বাংলাদেশৰ মিউজিক চেনেল “গান বাংলা” ত অনুষ্ঠিত জনপ্ৰিয় “উইণ্ড অৱ চেঞ্জ” ৰ চিজন ৫ ত জিলিকিছে পাপন। বিশ্ববিখ্যাত ড্ৰামিষ্ট মেক্ৰ মিনেমানৰ লগত একেলগে বহি সংগীত প্ৰদৰ্শন কৰে অংগৰাগ পাপন মহন্তই। “অ’ৰে নীল ডৰিয়া” নামে এটা বাংলাদেশী গীত গায় পাপনে। কৈলাশ খেৰকে ধৰি অদ্বিতি সিং শৰ্মায়ো নিমন্ত্ৰণ পায় উক্ত অনুষ্ঠানটোৰ পৰা। বিশ্বৰ ট’প ৫ ড্ৰামিষ্টৰ ভিতৰত এজনৰ সৈতে গান গোৱা সুভাগ্য লাভ কৰা পাপনে কেৱল মাত্ৰ অসমকে নহয় সমগ্ৰ বিশ্বকে গৌৰান্বিত কৰি তুলিছে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.