Rupaliparda.com
Saaho

বলীউডত “বাহুৱলী”-

এইবাৰ “বাহুৱলী” বলীউডত। “বাহুৱলী” ৰূপে খ্যাত প্ৰভাশে কেৱল মাত্ৰ দক্ষিণতেই নহয় ভাৰতকো মোহাচ্ছন্ন কৰি তুলিছিল। বস্ক অফিচত কোটি টকীয়া লাভ উঠোৱা চিনেমাৰ ভিতৰত “বাহুবলী” আছিল অন্যতম। মুক্তিৰ দিনাখনৰ পৰাই প্ৰত্যেকটো চিত্ৰগৃহ হাউছফুল হৈ পৰা চিনেমাখনত অভিনীত নায়ক গৰাকী সাধাৰণজনৰ মন-মগজুত বহুত দিনলৈ সোমাই পৰিছিল। এইবাৰ দৰ্শকক আমোদ প্ৰদান কৰিবলৈ তেওঁ আহি আছে হিন্দী চিনেমাত। একচন থ্ৰিলাৰযুক্ত “চাহৌ” নামে চিনেমাখনত দেখা যাব উক্ত অভিনেতা গৰাকীক। তেওঁৰ লগতে চিনেমাখনত অভিনয় কৰা অন্যান্য সকল হ’ল শ্ৰদ্ধা কাপুৰ, নীল নীতিন মুকেশ, অৰ্জুন বিজয়, ইভলীন শৰ্মা, লাল, মন্দিৰা বেদী, জেকী শ্ৰভ, মহেশ মঞ্জৰেকাৰ আদি

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.