ঋত্বিক ৰোশন আৰু টাইগাৰ শ্ৰফক একেলগে চাবলৈ কৰা অপেক্ষাৰ সময় এতিয়া সমাপ্ত। অতিশীঘ্ৰেই দৰ্শকৰ মাজলৈ আহি আছে “ওৱাৰ”। ইতিমধ্যে টিজাৰ মুকলি হোৱা চিনেমাখনৰ পৰিচালনা কৰিছে সিদ্ধাৰ্থ আনন্দে। চলিত বৰ্ষৰ ২ অক্টোবৰ তাৰিখে মুক্তি পাবলগীয়া উক্ত ছবিখনৰ একচন পৰিচালনা বাবে হলীউডৰ পৰা এণ্ডী আৰু আমষ্টংগ লগতে দক্ষিণ কোৰিয়াৰ পৰা মাৰ্ছল আৰ্ট একচন কৰিঅ’গ্ৰাফাৰ শ্ৰী ওহ ক মতা হৈছিল। পূবৰ সৰ্বশ্ৰেষ্ঠ একচন কৰিঅ’গ্ৰাফাৰৰ সৈতে পশ্চিমৰ সৰ্বশ্ৰেষ্ঠ একচন কৰিঅ’গ্ৰাফাৰৰ মিলনে চিনেমাখনত কি যাদু দেখুৱাব সেয়া হ’ব লক্ষণীয়।
You may also like
‘ফ্ৰিং গিতাল—দ্য ডন অৱ এ নিউ ডে’ | সীমান্তৰ সিপাৰে মানুহৰ পৃথিৱী | চিনে-সংবাদ
সীমান্ত মানে কেৱল এখন ৰেখা নহয়। মানচিত্ৰত আঁকি দিয়া সেই ৰেখাই এখন দেশৰ পৰা আন এখন দেশ, এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্য, এটা প্ৰশাসনিক অঞ্চলৰ পৰা আন এটা অঞ্চল পৃথক কৰে। কিন্তু মানুহৰ জীৱন সদায় মানচিত্ৰৰ নিয়মত নচলে। ভাষা...
মিঠুন চক্ৰৱৰ্তী অসুস্থ | ধাতুৰ প্লেট আঁতৰোৱাৰ বাবে অস্ত্ৰোপচাৰ
শেহতীয়াকৈ মিঠুন চক্ৰৱৰ্তীৰ অসুস্থতাৰ খবৰে তেওঁৰ অগণন অনুৰাগীৰ মাজত স্বাভাৱিকভাৱে উদ্বেগৰ সৃষ্টি কৰিছে। প্ৰকাশিত বাতৰি অনুসৰি, কলকাতাৰ এখন ব্যক্তিগত হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হয় আৰু সোঁহাতত এটা সৰু অস্ত্ৰোপচাৰ কৰা হয়।...
|| সুমন স্মৰণ || –উৎপল মেনা
“জীৱন ঘড়ীৰ প্ৰতিটো পল…”, “আকাশৰে নীলাই…”, “সপোনত শুনো মধুৰ আবেশ…’, “অ’ নয়নমণি…”— অসমীয়া গীতৰ ইতিহাসৰ এই জনপ্ৰিয় গীতসমূহ শুনিলে আজিও বহু শ্ৰোতাৰ মনত...
Unbothered Power: Shamita Shetty Shuts Down Age & Marriage Trolls with Bold Confidence
In an industry where societal expectations often place marriage and motherhood at the center of a woman’s identity, Shamita Shetty continues to challenge conventional narratives with confidence, grace, and authenticity...
Unveiled: Rajkummar Rao Shines in ‘Prahaar – The Ujjwal Nikam Story’ – A Heartwarming Blockbuster Coming Soon!
Rajkummar Rao’s Next Move: A Legal Drama That Promises Intrigue and Impact In the ever-turbulent sea of Indian cinema, where the tides of genre often shift and collide, Rajkummar Rao stands out like a lighthouse...
Heartfelt Tribute: Purabi Sarma’s Untimely Loss Leaves Assamese Cinema in Mourning
Purabi Sarma’s Demise Shocks Assamese Cinema Veteran Assamese actress Purabi Sarma died in Guwahati on Tuesday evening following a cardiac arrest. She was taken to a private hospital, where doctors declared her dead...







Add comment