বিবাহ পাশত আৱদ্ধ হোৱাৰ প্ৰস্তুতি চলাইছে এতিয়া বলীউডৰ মষ্ট বাণ্টেড এটা ক’পলে। বিগত বহু দিনৰ পৰা প্ৰায়বোৰ এৱাৰ্ড ফাঞ্চনকে ধৰি বিভিন্ন ধৰণৰ পাৰ্টীত একেলগে দেখা পোৱা গৈছে এই ৰিয়েল লাইফ যুঁটিটোক। পিছে কোন এই ক’পল?? ধৰিব পাৰিছেনে?



এয়া হৈছে ৰণৱীৰ-আলিয়াৰ যুঁটি। আগন্তুক ২০২০ বৰ্ষটোত দুয়ো বিবাহ পাশত আবদ্ধ হ’বলৈ যো-জা চলাই থকাৰ কথা পোহৰলৈ আহিছে। বিয়াৰ দিনা শব্যচাচ্ছী মূখাৰ্জীৰ দ্বাৰা প্ৰস্তুতিত লেহেংগা পিন্ধিব আলিয়া ভাটে। ইয়াৰ পূৰ্বেও প্ৰিয়ংকা চোপ্ৰা, দীপিকা পাডুকন আৰু অনুষ্কা শৰ্মাই নিজ বিবাহত শব্যচাচ্ছাী লেহেংগা পিন্ধিছিল। উল্লেখ্য যে, ৰণবীৰ কাপুৰৰ পিতৃ ঋষি কাপুৰ অহা বছৰ ভাৰত পোৱাৰ পিছতেই দুয়ো অভিনেতা-অভিনেত্ৰী বিবাহ পাশত আৱদ্ধ হ’ব।

Add comment