২ আগষ্ট তাৰিখে মুক্তিপ্ৰাপ্ত ছবি “খাণ্ডানী ছাফাখানা” ই লাভ কৰিছে দৰ্শকৰ পজিটিভ ৰেচপনচ। চচিয়েল মিডিয়াতো চিনেমাখনৰ সংলাপৰ লগতে অভিনেতা-অভিনেত্ৰীৰ অভিনয়ে চৰ্চা লাভ কৰিছে। শিল্পী দাসগুপ্তাৰ দ্বাৰা নিৰ্মিত এই ছবিখনে তথা সোণাক্ষী সিনহাৰ অভিনয়ে দৰ্শকক বৃহৎ পৰিমাণত আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। ৰেপাৰ বাদশাহৰ উক্ত ডেবিউ চিনেমাখনত তেওঁৰ অভিনয়ো লেখত ল’বলগীয়া। ছবিখনক লৈ কৰা টুইট কিছুমান চাওঁচোন আহক-

Add comment