Rupaliparda.com
ৰাম-সীতাই বান্ধিব ঋত্বিক-দীপিকাৰ যুঁটি??? 1

ৰাম-সীতাই বান্ধিব ঋত্বিক-দীপিকাৰ যুঁটি???

বলীউডৰ বিগ বাজেট ছবি “ৰামায়ণ” ত অভিনয় কৰিব ঋত্বিক ৰোশন আৰু দীপিকা পাডুকনে। নীতেশ তিৱাৰী আৰু ৰবি উদ্যাৱাৰৰ নিৰ্দেশনত লগতে অলু অৰৱিন্দ, মধু মন্টেনা আৰু নমিত মলহোত্ৰাৰ পৰিচালনাৰে “ৰামায়ণ” চিনেমাখন “থ্ৰী-ডি” ত প্ৰস্তুত কৰা হ’ব।

ৰাম-সীতাই বান্ধিব ঋত্বিক-দীপিকাৰ যুঁটি??? 2
ৰাম-সীতাই বান্ধিব ঋত্বিক-দীপিকাৰ যুঁটি??? 3


৫০০ কোটি টকীয়া বাজেটৰ এই ছবিখন ৩টা ভাগত ভাগ ভাগ কৰা হ’ব লগতে ছবিখন হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি দিয়া হ’ব। ঋত্বিক আৰু দীপিকাৰ এই যুঁটিটোক লৈ দৰ্শক উৎসাহিত হোৱা দেখা গৈছে। ইয়াৰ উপৰিও, আপোনালোকক জনাই থওঁ যে “ৰামায়ণ” ত কেৱল মাত্ৰ বলীউডৰেই নহয় চাউথ ইণ্ডিয়ান শিল্পীৰো সমাহাৰ ঘটিব।

ৰাম-সীতাই বান্ধিব ঋত্বিক-দীপিকাৰ যুঁটি??? 4
ৰাম-সীতাই বান্ধিব ঋত্বিক-দীপিকাৰ যুঁটি??? 5


মহাকাব্য এখন চিনেমাৰ আকাৰ দিয়াতো একেবাৰেই জটিল। Vfx ৰ কাম হ’ব সৰ্বাধিক। গতিকে, বহুতো জনপ্ৰিয় শিল্পীৰ নাম ছবিখনৰ সৈতে জড়িত হৈ পৰিব। অহা ২০২১ বৰ্ষটোত “ৰামায়ণ” ৰ প্ৰথমটো ভাগ দৰ্শকে দেখিবলৈ পাব।

Add comment

Leave a Reply