Rupaliparda.com
মুম্বাইত অসমৰ বানপীড়িতক সহায়ৰ অৰ্থে হ'ব কনচাৰ্টঃ 1

মুম্বাইত অসমৰ বানপীড়িতক সহায়ৰ অৰ্থে হ’ব কনচাৰ্টঃ

অসমৰ বানপীড়িতক সহায়ৰ বাবে ২ আগষ্ট তাৰিখে মুম্বাইত অংগৰাগ পাপন মহন্তই কৰিব এক সজাগতমূলক কনচাৰ্ট। কেৱল মাত্ৰ পাপনেই নহয় শিল্পা ৰাওঁকে ধৰি বলীউডৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পী যেনে বিশাল দডলানি,শ্বেখৰ ৰাওঁ জীয়ানী, শান্তনু মৈত্ৰ’, অদ্বিতি সিং শৰ্মা, আকৃতি কক্কৰ, ৰিচা শৰ্মা, ক’ক’ এণ্ড মহান(অগনিট), মানসি স্কট, হৰ্সদ্বীপ কৌৰ,নিতি মহান, বেনী ডায়াল আৰু দীপান্বিতা শৰ্মাইও উক্ত কনৰ্চাটত অংশগ্ৰহণ কৰিব।

মুম্বাইত অসমৰ বানপীড়িতক সহায়ৰ অৰ্থে হ'ব কনচাৰ্টঃ 2
মুম্বাইত অসমৰ বানপীড়িতক সহায়ৰ অৰ্থে হ'ব কনচাৰ্টঃ 3
মুম্বাইত অসমৰ বানপীড়িতক সহায়ৰ অৰ্থে হ'ব কনচাৰ্টঃ 4
মুম্বাইত অসমৰ বানপীড়িতক সহায়ৰ অৰ্থে হ'ব কনচাৰ্টঃ 5
মুম্বাইত অসমৰ বানপীড়িতক সহায়ৰ অৰ্থে হ'ব কনচাৰ্টঃ 6


আৰ্থফুল ফাউণ্ডেচন এণ্ড হাৰ্ড ক’ৰ কেফেৰ উদ্যোগত হোৱা এই কনচাৰ্ট খনত ৰাইজক সজাগ কৰাৰ লগতে অসমৰ বানপীড়িত সকলৰ বাবে কিছু ফাণ্ড মুকলোৱাৰো ব্যৱস্থা কৰা হ’ব। অসমৰ গৌৰৱ পাপন মহন্তই চচিয়েল মিডিয়াত কৰা পষ্টেৰে কনচাৰ্ট খনৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱায়।

মুম্বাইত অসমৰ বানপীড়িতক সহায়ৰ অৰ্থে হ'ব কনচাৰ্টঃ 7

মুম্বাইত অসমৰ বানপীড়িতক সহায়ৰ অৰ্থে হ'ব কনচাৰ্টঃ 8

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.