Rupaliparda.com
বহু প্ৰত্যাশিত ৰাখীৰ বিবাহ সম্পন্নঃ 1

বহু প্ৰত্যাশিত ৰাখীৰ বিবাহ সম্পন্নঃ

এগৰাকী এন.আৰ.আই ৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে ৰাখী সাৱন্ত। বহু প্ৰত্যাশিত তেওঁৰ বিবাহৰ বিষয়ে তেওঁ নিজ মুখে স্বীকাৰ কৰি কয় যে “মই ভয়তহে ৰাইজক এই কথা জনোৱা নাছিলো।” ৰাখী সাৱন্তৰ স্বামী আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল ট্ৰাম্পৰ অন্তৰ্গত এটা কোম্পানীত কৰ্মৰত বুলি প্ৰকাশ কৰাৰ লগতে তেওঁক স্বামীয়ে তেওঁলোকৰ বিবাহৰ মাত্ৰ ১৫ দিন আগেয়ে দেখা বুলি ৰাখীয়ে ৰাইজক জানিবলৈ দিয়ে।

বহু প্ৰত্যাশিত ৰাখীৰ বিবাহ সম্পন্নঃ 2
বহু প্ৰত্যাশিত ৰাখীৰ বিবাহ সম্পন্নঃ 3
বহু প্ৰত্যাশিত ৰাখীৰ বিবাহ সম্পন্নঃ 4


ৰাখী সাৱন্তে নিজ চচিয়েল মিডিয়া একাউণ্টত নিজৰ “ব্ৰাইডেল লুক” ৰ ফটোৰ লগতে হনীমুনৰো কিছু ফটো আপলোড কৰে কিন্তু তেওঁ নিজ স্বামীক বৰ্তমানেও ৰাইজৰ পৰা গোপনাই ৰাখিছে। ৰাখীৰ স্বামী ৰিতেশে তেওঁক ৱাটচআপত প্ৰপোজ কৰে বাবেই ৰাখীয়েই তেওঁলোকৰ সম্বন্ধটোক “ৱাটছআপ এফেইৰ মেৰেজ” নামে নামাংকণ কৰে।

View this post on Instagram

Good morning sweetheart fans

A post shared by Rakhi Sawant (@rakhisawant2511) on

https://www.instagram.com/p/B0qOV79nlOR/?utm_source=ig_web_copy_link

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.