বহু প্ৰত্যাশিত “মেন ভাৰ্চেছ ৱাইল্ড” সম্প্ৰচাৰ হ’ব আজি নিশা ৯ বজাত। প্ৰায় ১৮০ খন দেশৰ জনসাধাৰণে উপভোগ কৰিব আজিৰ এই প্ৰগ্ৰেমটি। ডিস্কভাৰি চেলেনৰ ৰোমাঞ্চকৰ অনুস্থান “মেন ভাৰ্চেছ ৱাইল্ড” ৰ হোষ্ট বীয়াৰ গ্ৰীলছৰ সৈতে ভাৰতৰ সাহসী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো দেখিবলৈ পোৱা যাব।

উক্ত শ্ব’টিৰ শ্বুটিং সম্পন্ন হৈছে উত্তৰাখণ্ডৰ জিম কৰবেট পাৰ্কত। বীয়াৰ গ্ৰীলছৰ সৈতে মোডীয়ে কৰিব এক দুংসাহসিক অভিযান ; য’ত তেওঁ ৰিভাৰ ৰাফটিং ৰ লগতে কৰিব জংঘলৰ মাজেৰে যাত্ৰা।




এই অনুষ্ঠানটিৰ মোডী বিশেষ খণ্ডৰ প্ৰম’ মুক্তি পোৱা পিছতেই অনুষ্ঠানটি উপভোগৰ বাবে এতিয়া অপেক্ষাৰত সমগ্ৰ দেশ।
Add comment