Rupaliparda.com

হোষ্ট অবিহনেই ৭১ সংখ্যক এমী এৱাৰ্ডঃ

কোনো হোষ্ট অবিহনেই ৯১ সংখ্যক অস্কাৰ এৱাৰ্ড সফলতাৰে সংঘটিত হোৱাৰ পিছতেই এইবাৰৰ ৭১ সংখ্যক এমী এৱাৰ্ড ফাঞ্চনটো নাথাকিব কোনো হোষ্ট। এই কথাত নিজৰ মোহৰ লগায় ফক্সৰ চি.ই.অ চাৰ্লী কোলিয়ৰে।

হোষ্ট অবিহনেই ৭১ সংখ্যক এমী এৱাৰ্ডঃ 1


উল্লেখ্য যে, পূৰ্বৰ নিচিনাকৈ এইবাৰো HBO ত সম্প্ৰচাৰিত চিৰিজ “গেমচ অৱ থ্ৰনচ”-এ নিজৰ ঠাই দখল কৰি ৰাখিছে। ৩২ টা নমিনেশ্বনত লাভ কৰিছে উক্ত চিৰিজখনে।
৭১ সংখ্যক এমী এৱাৰ্ডৰ নমিনেশ্বন লিষ্টখনত কোন,কি স্থানত আছে। চাওঁচোন আহক-

হোষ্ট অবিহনেই ৭১ সংখ্যক এমী এৱাৰ্ডঃ 2

ড্ৰামা চিৰিজঃ

গেম অৱ থ্ৰনছ
বেটৰ কঁক সোল
বডীগাৰ্ড
কিলিংগ ইব
ওজাৰ্ক
পোজ
দিস ইজ অস

ৰিয়েলিটী শ্বঃ

নেল্ড ইট
টপ সেফ
ডা অমেজিং ৰেচ
নিঞ্জা ৱাৰিয়ৰ
দা বাঁইস

লীড এক্টেৰ্স ড্ৰামা চিৰিজঃ

জেচন ৱেটমেন, ওজাৰ্ক
বঁব অ’ডেনক্ৰিক, বেটাৰ কল চৌল
ষ্টৰ্লিংগ কে ব্ৰাউন, দিস ইজ অাস
কিট হেৰিংগটন,দিস ইজ আস
বিলু পোৰ্টৰ, প’জ

বেষ্ট এক্টেৰ্স ড্ৰামা চিৰিজঃ

এমিলী কাল্ক, গেমচ অৱ থ্ৰনচ
লীনা হেডী, গেমচ অৱ থ্ৰনচ
সোফী টৰ্নৰ, গেমচ অৱ থ্ৰনচ
মেসী ৱিলিয়ম্স,গেমচ অৱ থ্ৰনচ
ফিঅ’না শা, কিলিংগ ইব
জুলিয়া গাৰ্নৰ, ওজাৰ্ক

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.