Rupaliparda.com

কোনখন হ’ব আপোনাৰ স্বাধীনতা বিশেষ ছবি??

১৫ আগষ্ট হৈছে প্ৰত্যেক গৰাকী ভাৰতীয়ৰ বাবে উছাহৰ দিন। আজি সকলোৱে সেই ছহিদ বীৰ সকলক শ্ৰদ্ধা জ্ঞাপন কৰিছে যাৰ তেজৰ ৰাঙলীয়ে আমাক স্বাধীন কৰিছিল। আজিৰ দিনটোত ভাৰতীয়ৰ মন গৌৰান্বিত হৈ থাকে।

কোনখন হ'ব আপোনাৰ স্বাধীনতা বিশেষ ছবি?? 1


আমি ৰূপালী পৰ্দাৰ সমূহ কৰ্মকৰ্তাই আপোনালোকলৈ যাঁচিছো স্বাধীনতা দিৱসৰ অশেষ শুভকামনা। আচ্ছা, ১৫ আগষ্ট হিচাপে টি.ভি আমি চাব বিচাৰো কিছুমান বিশেষ চিনেমা। নহয়নে বাৰু?? চাওঁচোন আহক, আজি স্বাধীনতা দিৱস বিশেষত কি কি থাকিব চিনেমা-

কোনখন হ'ব আপোনাৰ স্বাধীনতা বিশেষ ছবি?? 2

১. দুপৰীয়া ১২ বজাত জি টি.ভি ত সম্প্ৰচাৰিত হ’ব “কেশৰী”

২. দিনৰ ১১.০৫ বজাত মেক্স HD ত সম্প্ৰচাৰিত হ’ব “চক দে ইণ্ডিয়া”

৩. দিনৰ ১০.৫৫ বজাত ষ্টাৰ গল্ড ত সম্প্ৰচাৰ হ’ব “বজৰংগী ভাইজান”

৪. দিনৰ ১০.৫৯ বজাত মভিচ অকে ত সম্প্ৰচাৰ কৰা হ’ব “বেবী” আৰু লগতে ২.২৯ বজাত সম্প্ৰচাৰ হ’ব “ৰেঈড”

৫. চনি মেক্স ২ ত দিনৰ ১০.৫৯ বজাত সম্প্ৰচাৰ হ’ব “তিৰাংগা”

৬. & পিস্কাৰচত দিনৰ ১১.০৩ বজাত সম্প্ৰচাৰ হ’ব “হলী ডে” আৰু দুপৰীয়া ৩ বজাত “উৰি”।

…… এয়া আছিল ১৫ আগষ্ট উপলক্ষে সম্প্ৰচাৰ হ’বলগীয়া কেইখনমান বিশেষ চিনেমা। আপুনি বাৰু কোনখন ছবি উপভোগ কৰিব?? কমেণ্ট কৰক আৰু আমাক জনাওঁক; আপোনাৰ বাবে কোনখন হ’ব স্বাধীনতা বিশেষ ছৱি!

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.