Rupaliparda.com

“সেক্ৰেড গেমছ-২” ত দৰ্শকে নাপালে মজাঃ

স্বাধীনতা দিৱসত মুক্তি লাভ কৰা বলীউড ছবি “মিছন মংগল” আৰু “ৱাটলা হাউচ” ৰ সমান্তৰালকৈ এখন ৱেব চিৰিজ “সেক্ৰেড গেমছ” ৰ বাবেও অপেক্ষা কৰি ৰৈছিল একাংশ দৰ্শকে।

"সেক্ৰেড গেমছ-২" ত দৰ্শকে নাপালে মজাঃ 1

কিন্তু, এই অপেক্ষাৰ পৰিনাম বাৰু কেনেকুৱা হ’ল? যি সকল লোকে এক মিনিট খৰচ নকৰাকৈ নেটফ্লিক্সত প্ৰিমিয়াৰ হোৱাৰ লগে লগে চিৰিজ খন উপভোগ কৰাত ব্যস্ত হৈ পৰিছিল; তেওঁলোকক সঁচা অৰ্থত মনোৰঞ্জন দিলেনে চিৰিজ খনে? চিৰিজখনক উদ্দেশ্যি একাংশ দৰ্শকে শ্বেয়াৰ কৰা “মিম” ৰে এতিয়া ভৰি পৰিছে ইন্টাৰনেট। চাওঁচোন আহক-

https://twitter.com/_James_Bong/status/1161992730299363328
https://twitter.com/HappuDroga3/status/1162079337048244224
https://twitter.com/yashArmy8055/status/1162026193429782528

https://twitter.com/Raj_DwiWEEDi/status/1162022532318261250

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform