Rupaliparda.com

আপুনিও “ওৱাৰ” ৰ ট্ৰেইলাৰ লঞ্চৰ বাবে অপেক্ষাৰত নেকি?? তেতিয়াহ’লে বাদ দিয়ক আশা-

ঋত্বিক ৰোশন তথা টাইগাৰ শ্ৰফ অভিনীত “ওৱাৰ” ছবিখনে নিজৰ ফাৰ্ষ্ট লুক পষ্টাৰ তথা টিজাৰ মুক্তিৰ পিছৰ পৰাই লাভ কৰিছিল বৃহৎ অংকত চৰ্চা। ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ বাবেও অপেক্ষাৰত বহু দৰ্শক।

আপুনিও "ওৱাৰ" ৰ ট্ৰেইলাৰ লঞ্চৰ বাবে অপেক্ষাৰত নেকি?? তেতিয়াহ'লে বাদ দিয়ক আশা- 1


কিন্তু, আমি দিব লাগিব আপোনালোকক এটা বেয়া খবৰ। ছবিখনৰ ট্ৰেইলাৰ লঞ্চ পাৰ্টিৰ আয়োজন নকৰে পৰিচালক সিদ্ধাৰ্থ আনন্দে। পৰিচালক গৰাকীৰ মতে, ই ছবিখনৰ মানদণ্ডৰ সৈতে খাপ নাখাব। ফলত তেওঁ ট্ৰেইলাৰ লঞ্চ পাৰ্টিৰ পৰা ছবিখনক বৰ্তমান আঁতৰাই থৈছে।

আপুনিও "ওৱাৰ" ৰ ট্ৰেইলাৰ লঞ্চৰ বাবে অপেক্ষাৰত নেকি?? তেতিয়াহ'লে বাদ দিয়ক আশা- 2
আপুনিও "ওৱাৰ" ৰ ট্ৰেইলাৰ লঞ্চৰ বাবে অপেক্ষাৰত নেকি?? তেতিয়াহ'লে বাদ দিয়ক আশা- 3


উল্লেখ্য যে, প্ৰায় ১৫ খন চহৰত দৃশ্যগ্ৰহণৰ কাম সম্পূৰ্ণ কৰা এই ছবিখনত ঋত্বিক-টাইগাৰৰ লগত দেখিবলৈ পোৱা যাব বাণী কাপুৰকো।

Add comment

Leave a Reply