Rupaliparda.com

মুক্তি পালে “এংগ্ৰি বাৰ্ড-২”-

২০১৬ চনত ব্যাপকভাৱে জনপ্ৰিয়তা লাভ কৰা “এংগ্ৰি বাৰ্ড” ৰ প্ৰথমটো সংস্কৰণৰ পিছত “এংগ্ৰি বাৰ্ড-২” য়ে যোৱা ২৩ আগষ্ট তাৰিখে মুক্তি লাভ কৰিছে। উক্ত চিনেমাখনৰ হিন্দী ডাবিং ত নিজ কন্ঠ দিছে জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মা, কীকু আৰু লগতে অৰ্চনা পুৰণ সিংহে।

মুক্তি পালে "এংগ্ৰি বাৰ্ড-২"- 1

হিন্দীৰ লগতে তামিল, তেলেগু আৰু ইংৰাজী ভাষাত মুক্তি লাভ কৰা এই ছবিখনক লৈ চচিয়েল মিডিয়াতো দেখিবলৈ পোৱা গৈছে ব্যাপক চৰ্চা। টুইটৰ যোগে বহু দৰ্শকে প্ৰকাশ কৰিছে ছবিখনক লৈ নিজৰ মন্তব্য। চাওঁচোন আহক-

https://twitter.com/kutub01/status/1164650395961921536

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform