Rupaliparda.com

সঞ্জয় লীলা ভন্সালিয়ে আছলতে কৰিব কোনখন ছবি?? কোন থাকিব তেওঁৰ ছবিত??

সঞ্জয় লীলা ভন্সালিয়ে ছলমানক এৰি এতিয়া হাত মিলাইছে শ্বাহৰুখ খানৰ লগত। “ইনছাল্লাহ” ৰ শ্বুটিং আৰম্ভ হোৱাৰ আগেয়ে ৰৈ যোৱা খবৰৰ চৰ্চা মাৰ নাযাওঁতেই আকৌ খবৰ পোৱা গৈছে যে, সঞ্জয় লীলা ভন্সালিয়ে তেওঁৰ আহিবলগীয়া ছবিৰ বাবে শ্বাহৰুখ খানৰ লগত কাম কৰিব।

সঞ্জয় লীলা ভন্সালিয়ে আছলতে কৰিব কোনখন ছবি?? কোন থাকিব তেওঁৰ ছবিত?? 1
সঞ্জয় লীলা ভন্সালিয়ে আছলতে কৰিব কোনখন ছবি?? কোন থাকিব তেওঁৰ ছবিত?? 2


কিন্তু, এইখিনিতে মন কৰিবলগীয়া যে শ্বাহৰুখ খানৰ সৈতে ভন্সালিয়ে কৰিবলগীয়া এই ছবিৰ নাম হ’ব “ইজহাৰ” ; যিখন তেওঁ নতুনকৈ ৰেজিষ্টাৰ কৰিছে। লগতে, উক্ত ছবিখনতো মূখ্য অভিনেত্ৰী ৰূপত থাকিব আলিয়া ভাট।

সঞ্জয় লীলা ভন্সালিয়ে আছলতে কৰিব কোনখন ছবি?? কোন থাকিব তেওঁৰ ছবিত?? 3


গতিকে, পৰৱৰ্তী সময়তহে দৰ্শকে জানিবলৈ পাব কোনখন ছবিত কাম কৰিব কোনে অথবা কোনে এৰিব কাৰ লগ!!

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.