“আবেলিৰ ৰামধেনু”, “অনামিকা” তথা “জোনাকী কাৰেং” আদি কেইখনমান জনপ্ৰিয় অসমীয়া ধাৰাবাহিকত অভিনীত মোহময়ী অভিনেত্ৰী কৰৱী শৰ্মাৰ জন্মদিন। বৰ্তমান গুৱাহাটীস্থিত ডাউনটাউনৰ নিবাসী এই অভিনেত্ৰী গৰাকীয়ে অভিনয়তকৈ নৃত্য জগতৰ সৈতেহে অধিক জড়িত হৈ আছিল। তেওঁ নিজৰ ৩ বছৰ সময় কৰিঅ’গ্ৰাফাৰ উদয় শংকৰৰ টীমত নৃত্য কৰিছিল।

২০১১ চনত দিম্পী সোণোৱালৰ কন্ঠত “মন মোৰ আজি কালি” গীতটিৰ জৰিয়তে ডেবিউ কৰা কৰৱী শৰ্মাৰ বৰ্তমান অনুৰাগীৰ সংখ্যাও অধিক। “আৱেলিৰ ৰামধেনু” ৰ পৰাই অভিনেত্ৰী গৰাকীয়ে লাভ কৰিব পাৰিছিল অধিক জনপ্ৰিয়তা। ইনষ্টাগ্ৰামত প্ৰায়ে একটিভ হৈ থকা কৰৱীক ৰূপালী পৰ্দাৰ ফালৰ পৰা জন্মদিনৰ শুভকামনা জনোৱাৰ লগতে চাওঁচোন আহক অভিনেত্ৰীগৰাকীৰ কেইখনমান ফটো-



Add comment