Rupaliparda.com
"চেল্ফী লে লে" ৰ পিছত এইবাৰ "লে ফটো লে"- 1

“চেল্ফী লে লে” ৰ পিছত এইবাৰ “লে ফটো লে”-

“চেল্ফী লে লে” ৰ পিছত এইবাৰ আকৌ মন্টুমণিৰ কন্ঠত “লে ফটো লে”। ইতিমধ্যে মুক্তি প্ৰাপ্ত এই গীতটি হৈছে ৰাজতিলক থিয়েটাৰৰ। গীতটিৰ কথা লেখৰাজ, অজয়, দিগদিগন্ত আৰু অভিজিতৰ। লগতে, মিউজিক কম্পজাৰ হিচাপে কাম কৰিছে অজয় ফুকনে লগতে মিক্স আৰু মাষ্টাৰ্ড কৰিছে পলাশ গগৈয়ে।

"চেল্ফী লে লে" ৰ পিছত এইবাৰ "লে ফটো লে"- 2


মন্টুমণিৰ “চেল্ফী লে লে” গীতটিয়ে বৃহৎ সংখ্যাত দৰ্শকৰ সমাদৰ লাভ কৰাৰ উপৰিও চচিয়েল মিডিয়াতো ই লাভ কৰিছিল চৰ্চা। ঠিক তেনেদৰেই, এইবাৰো উক্ত নতুন গীতটিয়ে মুক্তিৰ পিছতেই আকৰ্ষিত কৰিছে দৰ্শকক। পূজাৰ সময়ত সকলোৱে মিলি এজন ধুনীয়া ফটো উঠাক লৈ সৃষ্টি কৰা হৈছে উক্ত গীতটি।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.