Rupaliparda.com
সুবাসনা আৰু তৰুণ তন্ময়ৰ কন্ঠত নতুন ৰোমাণ্টিক গীত- 1

সুবাসনা আৰু তৰুণ তন্ময়ৰ কন্ঠত নতুন ৰোমাণ্টিক গীত-

আহি আছে সুবাসনা আৰু তৰুণ তন্ময়ৰ কন্ঠত নতুন গীত “হিম চেঁচা বতাহে”। উক্ত ৰোমান্টিক গীতটি চলিত মাহৰ ১৫ তাৰিখৰ ভিতৰত মুক্তি কৰি দিয়া হ’ব। উক্ত গীতটিৰ কথা,সুৰ আৰু সংগীত দীপাংকৰ শইকীয়াৰ লগতে সংগীত ব্যৱস্থাপনা তৰুণ তন্ময়ৰ।

সুবাসনা আৰু তৰুণ তন্ময়ৰ কন্ঠত নতুন ৰোমাণ্টিক গীত- 2


গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। নিজ ইনষ্টাগ্ৰাম পেজত কৰা এটি পোষ্টৰ জৰিয়তে এই কথা দৰ্শকক জানিবলৈ দিয়ে জনপ্ৰিয় গায়িকা সুবাসনা দত্তই।

Add comment

Leave a Reply

Most popular