অসমীয়া চলচিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে ৰোমন্থন কৰিছে অতীতক। ২০০২ চনত মুক্তিপ্ৰাপ্ত ছবি “ককাদেউতাৰ ঘৰ জোঁৱাই” ছবিখনৰ এখন ফটো নিজ ইনষ্টাগ্ৰাম পেজত আপলোড কৰি দৰ্শককো উক্ত ছবিখনৰ বিষয়ে জনায়।



উল্লেখ্য যে, ২০০২ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনে সেইটো সময়ত দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ৰবী শৰ্মা, নিপন গোস্বামী, অতুল পাচনি, চেতনা দাস অভিনীত এই ছবিখন অসমীয়া চলচিত্ৰৰ ভিতৰতেই এখন উল্লেখযোগ্য ছবি।
Add comment