Rupaliparda.com
পূৰ্বৰ ফটো আপলোড কৰি লাভ কৰিলে সাৰাই প্ৰশংসাঃ 1

পূৰ্বৰ ফটো আপলোড কৰি লাভ কৰিলে সাৰাই প্ৰশংসাঃ

যেতিয়া কোনো এজন লোক দৃঢ় প্ৰতিজ্ঞ হয় তেতিয়া তেওঁ কি কৰিব নোৱাৰে! সেয়া লাগিলে সাধাৰণজনেই হওঁক অথবা চিলেব্ৰটিয়ে হওঁক; তেওঁ যদি নিজক সলনি কৰাৰ বাবে অহৰহ চেষ্টা ও কষ্ট কৰে তেতিয়াহ’লে সেই সফলতাই তেওঁক চুমিবই।

পূৰ্বৰ ফটো আপলোড কৰি লাভ কৰিলে সাৰাই প্ৰশংসাঃ 2
https://www.instagram.com/p/B1-7puxlM2u/?igshid=19fmbyy4lkiaf
পূৰ্বৰ ফটো আপলোড কৰি লাভ কৰিলে সাৰাই প্ৰশংসাঃ 3


এনেক্ষেত্ৰত নাম ল’ব পাৰি এগৰাকী অভিনেত্ৰী সাৰা আলি খানৰ। “কেদাৰনাথ” ছবিখনৰ পৰা ডেবিউ কৰা এই গৰাকী অভিনেত্ৰীয়ে নিজৰ ব’ডি ট্ৰেন্সফৰমেছনৰ ক্ষেত্ৰত কৰিছিল যথেষ্ট কষ্ট। শকত হৈ থকা সময়ৰে এখন ফটো আপলোড কৰি সাৰা আলিয়ে দৰ্শকক দেখাই তেওঁৰ পূৰ্বৰ এটি ৰূপ। ফটোখনত শ্ৰদ্ধা তথা কাৰ্তিক আৰিয়নে কমেন্ট কৰাৰ লগতে ছবিখন চচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.