Rupaliparda.com
শ্ৰী দেৱীৰ ষ্টেচ্যু নিৰ্মাণ মেদম টুসাদ মিউজিয়ামতঃ 1

শ্ৰী দেৱীৰ ষ্টেচ্যু নিৰ্মাণ মেদম টুসাদ মিউজিয়ামতঃ

শ্ৰী দেৱীৰ মৃত্যুত বলীউডত বৈ গৈছিল শোকৰ বন্যা। এনে পৰিপ্ৰেক্ষিততে, কিছুদিন পূৰ্বে মেদম টুসাদ নামে এটা মিউজিয়ামত অভিনেত্ৰী গৰাকীৰ “হৱা-হৱাই” লুকটোক লৈ প্ৰস্তুত কৰা হৈছে এটা ষ্টেচ্যু অৰ্থাৎ ভাস্কৰ্য।

শ্ৰী দেৱীৰ ষ্টেচ্যু নিৰ্মাণ মেদম টুসাদ মিউজিয়ামতঃ 2


উক্ত ভাস্কৰ্য্যটোৰ মুকলিৰ সময়ছোৱাত তাত উপস্থিত থাকে অভিনেত্ৰী গৰাকীৰ স্বামী বনী কাপুৰ আৰু জীয়ৰী জান্হৱী কাপুৰ আৰু খুশী কাপুৰ। অনুষ্ঠানটোত উপস্থিত থকা কাপুৰ পৰিয়ালটোৰ ফটো এতিয়া ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। মাতৃৰ ষ্টেচ্যুটোৰ ওচৰত ৰয় অভিনেত্ৰী জান্হৱীয়ে নিজৰ পিতৃৰ হাত ধৰি উঠে ফটো।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.