Rupaliparda.com
আয়ূসমানৰ এটি ভিডিঅ'ই আকৌ উৎসাহিত কৰিলে দৰ্শককঃ 1

আয়ূসমানৰ এটি ভিডিঅ’ই আকৌ উৎসাহিত কৰিলে দৰ্শককঃ

আয়ূসমান খুৰানাই প্ৰত্যেকটো সময়তে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈ পৰে। তেওঁৰ পূৰ্বৰ ছবিসমূহৰ পৰা আদি কৰি আহিবলগীয়া ছবিসমূহক লৈও তেওঁ দখল কৰি আহিছে বাতৰিৰ শিৰোনাম।

আয়ূসমানৰ এটি ভিডিঅ'ই আকৌ উৎসাহিত কৰিলে দৰ্শককঃ 2
Ayushmann Khurana


ঠিক তেনেদৰে, ছবি সমালোচক তৰণ আদৰ্শে নিজ টুইটাৰত আয়ূসমানৰ এটি ভিডিঅ’ আপলোড কৰে; যিটোক লৈ দৰ্শক আৰু অধিক উৎসাহিত হৈ পৰিছে। ভিডিঅ’টোৰ দ্বাৰা ধৰিব পৰা গৈছে যে অভিনেতা গৰাকীয়ে আকৌ দৰ্শকক নতুনত্ব দিব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.