বহু প্ৰত্যাশিত “কাঞ্চনজংঘা” ই মুক্তি লাভ কৰিব চলিত মাহৰ ৬ তাৰিখে। ছবিখনক লৈ অপেক্ষাৰত সমূহ অসমবাসী। জুবিন গাৰ্গেও ছবিখনৰ প্ৰচাৰত কোনো ধৰণৰ ক্ৰুটি কৰা নাই। অসমীয়া চলচিত্ৰ জগত খনক আৰু অধিক উন্নতিৰ পথত আগুৱাই নিবলৈ জুবিন গাৰ্গে কৰা এই প্ৰচেষ্টাত এতিয়া উৎসাহিত হৈ পৰিছে দৰ্শক সকলো।


আপুনিও যদি ৰৈ আছে “কাঞ্চনজংঘা” চাবলৈ আৰু যদিহে আপুনি নাজানে ক’ত, কেতিয়া আৰু কেইটা বজাত মুক্তি পাব এই ছবিখন। তেতিয়াহ’লে চাওঁক এই তালিকা-



Add comment