Rupaliparda.com
"ৰত্নাকৰ" ৰ মুক্তি পালে আকৌ নতুন ট্ৰেইলাৰঃ 1

“ৰত্নাকৰ” ৰ মুক্তি পালে আকৌ নতুন ট্ৰেইলাৰঃ

যতীন বৰাই নিজ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত ছবি “ৰত্নাকৰ” ৰ আকৌ মুক্তি পালে এটা নতুন ট্ৰেইলাৰ। ফাৰ্ষ্ট লুক পোষ্টাৰ আৰু ট্ৰেইলাৰ তথা সংগীত “ৰাতি-ৰাতি” য়ে মুক্তি লাভ কৰা পিছতেই এইবাৰ আকৌ মুক্তি পালে ছবিখনৰ নতুন ট্ৰেইলাৰ।

"ৰত্নাকৰ" ৰ মুক্তি পালে আকৌ নতুন ট্ৰেইলাৰঃ 2
"ৰত্নাকৰ" ৰ মুক্তি পালে আকৌ নতুন ট্ৰেইলাৰঃ 3


অভিনেতা তথা পৰিচালক যতীন বৰাই নিজ ইনষ্টাগ্ৰাম পেজত এটি পোষ্টৰ জৰিয়তে আপলোড কৰে ছবিখনৰ ট্ৰেইলাৰ লগতে উক্ত ছবিখনক দৰ্শকে আকোঁৱালি লোৱাৰ বাবেও অনুৰোধ কৰে অভিনতা গৰাকীয়ে।


আপোনালোকক জনাই থওঁ যে মেঘালয়, ৰাজস্থান আৰু জ্যোতি চিত্ৰৱনত শ্বুটিং সম্পন্ন হোৱা এই ছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে যতীন বৰা, বৰষাৰাণী বিষয়াই।

Add comment

Leave a Reply

Most popular