Rupaliparda.com
নতুন অসমীয়া মিউজিক ভিডিঅ' "কাগজে বুজিবনে"- 1

নতুন অসমীয়া মিউজিক ভিডিঅ’ “কাগজে বুজিবনে”-

মুক্তি পাব অমিত কুমাৰ বৰুৱা অভিনীত নতুন মিউজিক ভিডিঅ “কাগজে বুজিবনে”। গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰ তথা টিজাৰ ইতিমধ্যে মুক্তি কৰি দিয়া হৈছে।

নতুন অসমীয়া মিউজিক ভিডিঅ' "কাগজে বুজিবনে"- 2
https://www.instagram.com/p/B13vAWznruk/?utm_source=ig_web_copy_link


গীতটিত কন্ঠদান কৰিছে প্ৰণামী দত্তই। মিউজিক দিছে ইছবন লাল বৰুৱাই লগতে গীতটিৰ পৰিচালনা কৰিছে অনুপ্ৰাস দাসে।


গীতটিৰ টিজাৰ অথবা ফাৰ্ষ্ট লুক পোষ্টাৰৰ দ্বাৰা ধৰিব পৰা গৈছে যে, গীতটি বন্ধুত্বক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে। “কাগজে বুজিবনে” ৰ মুক্তিৰ তাৰিখ বৰ্তমানেও দৰ্শকক জনোৱা হোৱা নাই।

Add comment

Leave a Reply