Rupaliparda.com
ইনষ্টাগ্ৰামত কিয়াৰাৰ স্মাৰ্ট উত্তৰঃ 1

ইনষ্টাগ্ৰামত কিয়াৰাৰ স্মাৰ্ট উত্তৰঃ

“কবীৰ সিং” সফলতাক চুমুক দি থকা অভিনেত্ৰী কিয়াৰাৰ নতুন ফটোশ্বুটে আকৰ্ষণ কৰিছে দৰ্শকৰ দৃষ্টি। হালধীয়া কাপোৰেৰে সৈতে হোৱা এই ফটোশ্বুটৰ পিছতেই কিয়াৰাই নিজ ইনষ্টাগ্ৰামত আপলোড কৰিছিল কেইখনমান ফটো; য’ত কেইজনমান দৰ্শকে তেওঁক “মেগী” ও আখ্যা দিয়ে।

https://www.instagram.com/p/B19Af6-HDCh/?utm_source=ig_web_copy_link
ইনষ্টাগ্ৰামত কিয়াৰাৰ স্মাৰ্ট উত্তৰঃ 2
https://www.instagram.com/p/B18LFz4nAmn/?igshid=4przf8pzbz1o


দৰ্শকৰ এনে কমেন্টত কিন্তু চুপ হৈ নাথাকিল অভিনেত্ৰী গৰাকী। প্ৰতিউত্তৰ দিলে সুন্দৰকৈ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.