Rupaliparda.com
মুক্তি পালে "পল পল দিল কে পাস" ছবিৰ ট্ৰেইলাৰঃ ককা ধৰ্মেন্দ্ৰেও দিলে শুভকামনা- 1

মুক্তি পালে “পল পল দিল কে পাস” ছবিৰ ট্ৰেইলাৰঃ ককা ধৰ্মেন্দ্ৰেও দিলে শুভকামনা-

ছানী দেউলৰ পুত্ৰ লগতে কেইবাটাও দশকৰ জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰৰ নাতিয়েক কৰণ দেউলৰ “পল পল দিল কে পাস” ছবিখনৰ মুক্তি কৰা হ’ল ট্ৰেইলাৰ। বৰষুণৰ বাবদ ছবিখনৰ ট্ৰেইলাৰ মুক্তি অনুষ্ঠান এদিন পিছুৱাই দিয়া হৈছিল যদিও ট্ৰেইলাৰটোৱে মুক্তিৰ পিছতে লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি।

মুক্তি পালে "পল পল দিল কে পাস" ছবিৰ ট্ৰেইলাৰঃ ককা ধৰ্মেন্দ্ৰেও দিলে শুভকামনা- 2


টিজাৰৰ লগতে উক্ত ছবিখনৰ মুক্তি পাইছিল দুটিকৈ গীত। উল্লেখ্য যে, ছবিখনক লৈ টুইট কৰে কৰণ দেউলৰ ককা ধৰ্মেন্দ্ৰইও। ছানী দেউলৰ পৰিচালনাত নিৰ্মিত “পল পল দিল কে পাস” ছবিখনে মুক্তি পাব চলিত মাহৰ ২০ ছেপ্তেম্বৰ তাৰিখে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.