৬ চেপ্তেম্বৰত বহু প্ৰত্যাশিত ছবি “কাঞ্চনজংঘা” ই অৱশেষত মুক্তি লাভ কৰিলে। এপিনে অসম বন্ধৰ আহ্বান আৰু আনপিনে হাৰ্টথ্ৰৱ গৰাকীৰ ছবিৰ প্ৰতি অনুৰাগীৰ প্ৰেম। অসম বন্ধ নস্যাৎ কৰিও ওলাই আহিছে হাজাৰ হাজাৰ দৰ্শক। হয়, মই মিছা কোৱা নাই। গুৱাহাটীস্থিত আমি কেইটামান বিশেষ ছবিগৃহৰ “কাঞ্চনজংঘা” সময়ৰ বিষয়ে আপোনালোকক জনাম।

কিন্তু, এইখিনিতে এটা কথা জনাই থওঁ যে আপোনালোকে যদি অনলাইন টিকেট কটাৰ বিপৰীতে ছবিগৃহলৈ গৈ টিকেট কটাৰ কথা ভাৱিছে ; তেন্তে আপুনি নিৰাশ হৈ ঘূৰি অহাটো নিশ্চিত। কাৰণ, তলত চাওঁক কেইখনমান ছবিগৃহৰ “কাঞ্চনজংঘা” ৰ টিকেটসমূহ-




গতিকে, চাওঁক অসম বন্ধৰ ওচৰতো হাৰ মনা নাই অসমীয়া ছবি লগতে হাৰ্টথ্ৰৱৰ অনুৰাগীয়ে। আমি ক্ষন্তেক পিছতে আপোনালোকক জনাম, ছবিখন চাই দৰ্শকে কেনে পালে। “কাঞ্চনজংঘা” ৰ অধিক খবৰৰ বাবে লাইক কৰক ৰূপালীপৰ্দাৰ পেজ আৰু জানক এক্সক্লুছিভ কিছু বাতৰি।
Add comment