Rupaliparda.com
"জিৰো" ৰ পিছত এইবাৰ একছন মুভিত শ্বাহৰুখঃ 1

“জিৰো” ৰ পিছত এইবাৰ একছন মুভিত শ্বাহৰুখঃ

ছবি “জিৰো” ৰ পিছত শ্বাহৰুখ খানে বিৰতি লোৱা দেখিবলৈ গৈছিল। পৰিয়ালৰ সৈতে ভেকেছনৰ ফটোও ভাইৰেল হৈ পৰিছিল চচিয়েল মিডিয়াত। কিন্তু, এতিয়া শুনিবলৈ পোৱা গৈছে যে বলীউডৰ কিং খানক এইবাৰ দেখিবলৈ পোৱা যাব অলী আব্বাছৰ নতুন একচম ছবিত।

"জিৰো" ৰ পিছত এইবাৰ একছন মুভিত শ্বাহৰুখঃ 2
"জিৰো" ৰ পিছত এইবাৰ একছন মুভিত শ্বাহৰুখঃ 3


উল্লেখ্য যে, শ্বাহৰুখে সদায় পচন্দ কৰিছিল পৰিচালক আলীৰ কাম আৰু তেওঁ ভাবে যে এই ছবিখনত ড্ৰামা আৰু একচনৰ সমান সংমিশ্ৰণ থাকিব। ছবিখনৰ বিষয়ে এতিয়াও কোনো বিতং তথ্য পাব পৰা হোৱা নাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.