Rupaliparda.com
"মিষ্টাৰ এণ্ড মিচেছ কেণ্ডিড" অ'ডিশ্বন- 1

“মিষ্টাৰ এণ্ড মিচেছ কেণ্ডিড” অ’ডিশ্বন-

আৰম্ভ হ’ল “মিষ্টাৰ এণ্ড মিচেছ কেণ্ডিড ২০১৯”। চলিত মাহৰ ৮,১৫, ২২ আৰু ২৯ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ’ব উক্ত অনুষ্ঠানটিৰ অ’ডিশ্বন। ২ টা চিজন সম্পূৰ্ণ কৰা এই অনুষ্ঠানটিয়ে এইবাৰ সম্পন্ন কৰিব তেওঁলোকৰ তৃতীয়টো চিজন।

https://www.instagram.com/p/B2Hj7aMHgDZ/?utm_source=ig_web_copy_link

কৰিঅ’গ্ৰাফাৰ ও অভিনেতা উদয় শংকৰে নিজ ইনষ্টাগ্ৰাম পেজত এটি পোষ্ট যোগে এই প্ৰতিযোগিতাখনৰ কথা দৰ্শকক জানিবলৈ দিয়ে। অনুষ্ঠানটিৰ ফাইনেল অনুষ্ঠিত হ’ব চলিত বৰ্ষৰ ২ নৱেম্বৰ তাৰিখে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ আই.টি.এ চেন্টাৰত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform