Rupaliparda.com
এইবাৰ অভিনেত্ৰী তনভীৰ কন্ঠত সংগীতঃ 1

এইবাৰ অভিনেত্ৰী তনভীৰ কন্ঠত সংগীতঃ

অসমীয়া ছবিৰ মোহময়ী অভিনেত্ৰী তনভী শৰ্মা এইবাৰ গায়িকাৰ ৰূপত। নৃত্য আৰু অভিনয়ৰে অসমীয়া দৰ্শকৰ হৃদয়ত বাস কৰা এই গৰাকী অভিনেত্ৰীয়ে নিজৰ ইউটিউব চেনেলত মুক্তি দিব নিজে কন্ঠদান কৰা এই গীতটি। ইতিমধ্যে গীতটিৰ সবিশেষ দিয়া হোৱা নাই যদিও অভিনেত্ৰী গৰাকীয়ে গীতটিৰ টিজাৰ আপলোড কৰিছে নিজ ইনষ্টাগ্ৰাম একাউন্টত।

এইবাৰ অভিনেত্ৰী তনভীৰ কন্ঠত সংগীতঃ 2


উল্লেখ্য যে, অভিনেত্ৰী গৰাকীয়ে নিজৰ ইউটিউব চেনেলত ইতিমধ্যে কেইবাটাও গীতত নিজে কৰিঅ’গ্ৰাফ কৰি নৃত্য প্ৰদৰ্শন কৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.