Rupaliparda.com
দুই ভগ্নী আৰু মাতৃৰ সৈতে জুবিনঃ 1

দুই ভগ্নী আৰু মাতৃৰ সৈতে জুবিনঃ

জুবিন গাৰ্গ হৈছে এনে এগৰাকী শিল্পী; যাৰ এষাৰি বাক্য অথবা যাৰ এখন ফটোৱে অনুৰাগীৰ মনত সৃষ্টি কৰে উখল-মাখলৰ। তেওঁক উদ্দেশ্যি সংঘটিত যিকোনো ঘটনা-পৰিঘটনা আদিয়ে চচিয়েল মিডিয়াত কম সময়ৰ ভিতৰতে লাভ কৰে চৰ্চাৰ।

দুই ভগ্নী আৰু মাতৃৰ সৈতে জুবিনঃ 2
দুই ভগ্নী আৰু মাতৃৰ সৈতে জুবিনঃ 3


নিজ ইনষ্টাগ্ৰাম একাউন্টত আপলোড কৰা জুবিনৰ এখন ফটো এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে চচিয়েল মিডিয়াত। দুই গৰাকী ভগ্নী আৰু মাতৃৰ সৈতে আপলোড কৰা উক্ত ফটোত কমন্টো কৰে অভিনেত্ৰী পৰিণীতা বৰঠাকুৰ আৰু গায়িকা জুবলিৰ লগতে কেইবাজনো শিল্পীয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.