Rupaliparda.com
সুবাসনাৰ ব্যতিক্ৰমী প্ৰচেষ্টাঃ 1

সুবাসনাৰ ব্যতিক্ৰমী প্ৰচেষ্টাঃ

এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে আগবাঢ়িছে সুবাসনা দত্ত। পূৰণা চিৰসেউজ সংগীত সমূহক কিছু নতুনত্ব প্ৰদান কৰি কন্ঠদান কৰিছে গায়িকা গৰাকীয়ে। মন্দিৰা লাহিৰী শৰ্মাই কন্ঠদান কৰা সংগীত “অহাৰ দৰে” ক সুবাসনাই নতুনকৈ প্ৰস্তুত কৰি দৰ্শকৰ মাজত আগবঢ়াই দিছিল তেওঁৰ “অসমৰ সুৱদী মাত” শীৰ্ষক প্ৰজেক্টটোৰ প্ৰথমটো সংস্কৰণত।

সুবাসনাৰ ব্যতিক্ৰমী প্ৰচেষ্টাঃ 2
সুবাসনাৰ ব্যতিক্ৰমী প্ৰচেষ্টাঃ 3

আগষ্ট ২০ তাৰিখে গায়িকা গৰাকীৰ ইউটিউব চেনেলত মুক্তি পোৱা তেওঁৰ এই প্ৰজেক্টটোৱে লাভ কৰিছে দৰ্শকৰো যথেষ্ট সমাদৰ। উল্লেখ্য যে, সুবাসনাই পুনৰ বাৰ লৈ আহিছে তেওঁৰ “অসমৰ সুৱদি মাত” অনুষ্ঠানটোৰ দ্বিতীয় সংস্কৰণ।

Add comment

Leave a Reply