কিছুদিন পূৰ্বে আৰম্ভ হোৱা “গুৱাহাটী ডায়েৰী” ছবিখনক লৈ ব্যস্ত হৈ পৰিছে এতিয়া বৰষাও। চচিয়েল মিডিয়াত প্ৰায়ে একটিভ হৈ থকা অভিনেত্ৰী গৰাকীয়ে নিজৰ শ্বুটিং ৰ কিছু মহুূৰ্ত আপলোড কৰে ইনষ্টাগ্ৰামত।

অভিনেত্ৰী গৰাকীয়ে আপলোড কৰা ফটোখনৰ কেপচনতেই উক্ত ছবিখনৰ বিষয়ে জানিব পৰা যায়। জীৱন, প্ৰেম,সংঘাত আদি দৈনন্দিন জীৱনত সাধাৰণজনে সন্মুখীন হৈ থকা ঘাত-প্ৰতিঘাত সমূহক কেন্দ্ৰ কৰিয়ে নিৰ্মাণ কৰা হৈছে ছবিখনৰ কাহিনীভাগ।
Add comment