Rupaliparda.com
আৰম্ভ হ'ল "খালী-পীলী" ৰ শ্বুটিং- 1

আৰম্ভ হ’ল “খালী-পীলী” ৰ শ্বুটিং-

আৰম্ভ হ’ল ইশান খট্টৰ আৰু অনন্যা পাণ্ডে অভিনীত “খালী পীলী” ৰ শ্বুটিং। কিছুদিন পূৰ্বে মুক্তি পাইছিল ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ।

আৰম্ভ হ'ল "খালী-পীলী" ৰ শ্বুটিং- 2


উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে ডাঙৰ পৰ্দাত ইশান আৰু অনন্যাক একেলগে দেখিবলৈ পোৱা যাব। প্ৰযোজক আলি আব্বাছ জাফাৰে উক্ত ছবিখনৰ শ্বুটিং আৰম্ভণিৰ এখন ফটো পোষ্ট কৰি ইনষ্টাগ্ৰামৰ জৰিয়তে দৰ্শকক জানিবলৈ দিয়ে।


মকবুল খানৰ পৰিচালনাৰে নিৰ্মিত “খালী পীলী” হৈছে এখন ৰোমান্টিক ছবি। এজন ছোৱালী আৰু এজন ল’ৰাৰ মাজ ৰাতি লগ পোৱাক লৈয়ে নিৰ্মিত কৰা হৈছে ছবিখনৰ কাহিনীভাগ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.