Rupaliparda.com
জয়াক উদ্দেশ্যি টুইট মাষ্টাৰ-ব্লাষ্টাৰৰঃ 1

জয়াক উদ্দেশ্যি টুইট মাষ্টাৰ-ব্লাষ্টাৰৰঃ

জয়াক লৈ টুইট প্ৰদান মাষ্টাৰ ব্লাষ্টাৰ শচীনৰ। আছলতে, সোনম কাপুৰৰ আহিবলগীয়া ছবি “দা জয়া ফেক্টৰ” ক উদ্দেশ্যি টুইট কৰে জনপ্ৰিয় ক্ৰিকেটৰ তথা মাষ্টাৰ ব্লাষ্টাৰ খ্যাত শচীন তেণ্ডুলকাৰে। কিছুদিন পূৰ্বে মুক্তি পোৱা “দা জয়া ফেক্টৰ” ৰ ট্ৰেইলাৰ দেখি উৎসাহিত হৈ পৰে শচীন তেণ্ডুলকাৰ আৰু উক্ত টুইটটো কৰে।

জয়াক উদ্দেশ্যি টুইট মাষ্টাৰ-ব্লাষ্টাৰৰঃ 2
https://twitter.com/sachin_rt/status/1171697342883303424


উল্লেখ্য যে,সোনম কাপুৰ আৰু দুলকৰ ছলমান অভিনীত এই ছবিখন ক্ৰিকেটক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে। চলিত মাহৰ ২০ চেপ্তেম্বৰ তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনক লৈ কৰা শচীনৰ এই টুইটত এতিয়া প্ৰতিক্ৰিয়া দিবলৈও আৰম্ভ কৰিছে দৰ্শকে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.