Rupaliparda.com
চলচিত্ৰ সমালোচকৰ চকুত "উইনাৰ" আয়ূসমানঃ 1

চলচিত্ৰ সমালোচকৰ চকুত “উইনাৰ” আয়ূসমানঃ

অহা ১৩ চেপ্তেম্বৰ তাৰিখে ছবিগৃহত মুক্তিপাবলগীয়া ছবি “ড্ৰীম গাৰ্ল” ক উদ্দেশ্যি ছবি সমালোচক সকলে ইতিমধ্যে দিলে ৰিভিউ।

চলচিত্ৰ সমালোচকৰ চকুত "উইনাৰ" আয়ূসমানঃ 2


তৰণ আদৰ্শকে ধৰি বহু কেইজন সমালোচকে আয়ূসমান খুৰানাৰ অভিনয়ৰ প্ৰশংসাও কৰিলে। ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলিৰ পিছৰ পৰা ছবিখনক লৈ দৰ্শক উৎসাহী হৈ পৰা দেখিবলৈ পোৱা গৈছিল। বৰ্তমান এই উৎসাহ দুগুণে বৃদ্ধি কৰালে এই ৰিভিউ সমূহে। চাওঁচোন আহক-

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.