বলীউড অভিনেত্ৰী দিশা পাটনানী য়ে মুকলি কৰিলে নিজৰ ব্যক্তিগত ইউটিউব চেনেল। উক্ত ইউটিউব চেনেলটোত দৰ্শকে দেখিবলৈ পাব অভিনেত্ৰী গৰাকীৰ ব্যক্তিগত কিছু অনুভৱ।

মুকলি হোৱা পিছতেই এই ইউটিউব চেনেলটোত অভিনেত্ৰী গৰাকীয়ে প্ৰথমটো ভিডিঅ’ত তেওঁ ব্যক্ত কৰে নিজৰ লেকমি ফেশ্বন উইকত তেওঁ কৰা ৰেম্প ৱাকৰ অনুভৱৰ বিষয়ে।

উল্লেখ্য যে, অভিনেত্ৰী দিশাৰ ইনষ্টাগ্ৰামত থকা অনুৰাগীকে ধৰি ইউটিউব চেনেলতো তেওঁৰ অনুৰাগী ঘন্টাই ঘন্টাই বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে।
Add comment