Rupaliparda.com
প্ৰত্যেকটো ঘন্টাৰ মূৰে মূৰে আপলোড হ'ব "হাউচফুল" ৰ নতুন পোষ্টাৰঃ 1

প্ৰত্যেকটো ঘন্টাৰ মূৰে মূৰে আপলোড হ’ব “হাউচফুল” ৰ নতুন পোষ্টাৰঃ

অক্ষয় কুমাৰ অভিনীত দৰ্শকৰ বহু পচন্দৰ ছবি “হাউচফুল” ৰ চতূৰ্থতম সংস্কৰণৰ মুক্তি পালে মোশ্বন পোষ্টাৰ। অভিনেতা অক্ষয় কুমাৰে নিজ ইনষ্টাগ্ৰাম একাউন্টত ছবিখনৰ পোষ্টাৰ আপলোড কৰি দৰ্শকক প্ৰত্যেকটো ঘণ্টাত একোখন নতুন পোষ্টাৰৰ বাবে প্ৰস্তুত হৈ থাকিবলৈ জনায়।

প্ৰত্যেকটো ঘন্টাৰ মূৰে মূৰে আপলোড হ'ব "হাউচফুল" ৰ নতুন পোষ্টাৰঃ 2


উল্লেখ্য যে, এইবাৰৰ “হাউছফুল” ৰ নতুন সংস্কৰণটোত অক্ষয় কুমাৰ এগৰাকী “ৰেপাৰ” ৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব। ছবিখন প্ৰথমে সাজিদ খানে পৰিচালনা কৰিছিল কিন্তু বৰ্তমান ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে ফৰহাদ সামজী। ছবিখন পুনৰ জনমৰ কিছু কাহিনীৰ ওপৰত আধাৰিত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.