Rupaliparda.com
লাডাখত ভৃগুৰ ৰোমাঞ্চ- 1

লাডাখত ভৃগুৰ ৰোমাঞ্চ-

“ৰামধেনুৰ বৃহৎ সফলতাৰ পিছত এইবাৰ ভৃগুৰ কন্ঠত মুক্তি পাব “লাজে লাজে”।গীতটিৰ শ্বুটিং সম্পন্ন কৰা হৈছে লাডাখতেই। কন্ঠশিল্পী গৰাকীৰ ইউটিউব চেনেলত মুক্তি পাবলগীয়া এই গীতটিক লৈ এতিয়া উৎসাহী অনুৰাগী সকল।

লাডাখত ভৃগুৰ ৰোমাঞ্চ- 2


উক্ত গীতটিৰ ইতিমধ্যে মুক্তিপ্ৰাপ্ত ফাৰ্ষ্ট লুক পোষ্টাৰ আৰু ট্ৰেইলাৰৰ দ্বাৰাই ধৰিব পৰা গৈছে ই এক অসমীয়া ৰোমান্টিক নাম্বাৰ। ছবিখনত ভৃগুৰ সৈতে অভিনয় কৰিছে প্ৰীয়ম পল্লৱীয়ে।

https://www.instagram.com/p/B213zJthqN1/?utm_source=ig_web_copy_link
লাডাখত ভৃগুৰ ৰোমাঞ্চ- 3

“লাজে লাজে” গীতটিৰ লিখক হৈছে কিশোৰ বৰুৱা, জোনাক আৰু আলোক নাথ লগতে ইয়াত সংগীত দিছে পিংকল প্ৰত্যুষে।

Add comment

Leave a Reply