Rupaliparda.com
পুৰুষসম একচনঃ ৰাণীৰ "মৰ্দানী ২"- 1

পুৰুষসম একচনঃ ৰাণীৰ “মৰ্দানী ২”-

শিশুৰ অবৈধ বেপাৰক কেন্দ্ৰ কৰি নিৰ্মিত ৰাণী মূখাৰ্জীৰ “মৰ্দানী” ছবি খনে দৰ্শকক বহুল সংখ্যাত আকৰ্ষিত কৰিছিল। সেইবাবে ছবিখনৰ নিৰ্মাণকাৰী সকলে “মৰ্দানী” ৰ দ্বিতীয়টো সংস্কৰণৰ বাবে আগবাঢ়িছে। ইতিমধ্যে ছবিখনৰ টিজাৰ মুকলি কৰি দিয়া হৈছে। পূৰ্বৰ নিচিনাকৈ এইবাৰো ৰাণী মূখাৰ্জীক এটা দমদাৰ ৰূপত দেখিবলৈ পোৱা যাব।


এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰ ৰূপায়ন কৰা ৰাণীৰ ছবিখনত বিভিন্ন একছনো দেখিবলৈ পোৱা যাব। মুক্তিপ্ৰাপ্ত টিজাৰটোত শুনিবলৈ পোৱা ৰাণীৰ সংলাপে ছবিখনৰ বহুখিনি স্পষ্ট কৰি দিয়া দেখিবলৈ পোৱা গৈছে।

পুৰুষসম একচনঃ ৰাণীৰ "মৰ্দানী ২"- 2


ৰাজস্থান, জয়পুৰ, কোটা আদি স্থানত শ্বুটিং সম্পন্ন হোৱা “মৰ্দানী ২” চলিত বৰ্ষৰ ১৩ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰিব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.